ভাৰত ইয়েৰ বুক ২০২৫ : BHARAT YEAR BOOK 2025 : ভাৰত বিষয়ক প্রথম অসমীয়া ইয়েৰ বুক FIRST BHARAT YEAR BOOK IN ASSASMESE LANGUAGE : প্ৰতিটো অধ্যায়ত বহু পছন্দৰ প্ৰশ্ন সন্নিবিষ্ট কৰা হৈছে। অসমীয়া মাধ্যম : ASSAMESE MEDIUM. AS DETAILS ABOUT THE BOOK : ভাৰত-চৰ্চাৰ অপৰিহাৰ কৰি গ্রন্থ : ভাৰত ইয়েৰ বুক ২০২৫ : প্রথমবাৰৰ বাবে ভাৰতৰ সর্বাধিক বিষয় একেলগে সন্নিবিষ্ট হোৱা ভানত ইয়েন বুকত আছে ভাৰতৰ ভূগোল, বুৰঞ্জী, জৈববৈচিত্র্য, জনসংখ্যা, জাতি-জনজাতি, ধর্ম আৰু ধর্মীয় আন্দোলন, খাদ্যাভ্যাস, উৎসব-অনুষ্ঠান, ভাষা-সাহিত্য-সংবাদপত্র-লিপি, খাজা আৰু কেন্দ্রীয়শাসিত অঞ্চল, শাসন আৰু ন্যায় ব্যবস্থা, নির্বাচন প্রক্রিয়া, প্রতিবক্ষা আৰু আভ্যন্তৰীণ নিৰাপত্তা ব্যবস্থা, চলচ্চিত্র, কৃষি-অর্থনীতি, পৰিবহণ- যোগাযোগ, ... See more
ভাৰত ইয়েৰ বুক ২০২৫ : BHARAT YEAR BOOK 2025 : ভাৰত বিষয়ক প্রথম অসমীয়া ইয়েৰ বুক FIRST BHARAT YEAR BOOK IN ASSASMESE LANGUAGE : প্ৰতিটো অধ্যায়ত বহু পছন্দৰ প্ৰশ্ন সন্নিবিষ্ট কৰা হৈছে। অসমীয়া মাধ্যম : ASSAMESE MEDIUM. AS DETAILS ABOUT THE BOOK : ভাৰত-চৰ্চাৰ অপৰিহাৰ কৰি গ্রন্থ : ভাৰত ইয়েৰ বুক ২০২৫ : প্রথমবাৰৰ বাবে ভাৰতৰ সর্বাধিক বিষয় একেলগে সন্নিবিষ্ট হোৱা ভানত ইয়েন বুকত আছে ভাৰতৰ ভূগোল, বুৰঞ্জী, জৈববৈচিত্র্য, জনসংখ্যা, জাতি-জনজাতি, ধর্ম আৰু ধর্মীয় আন্দোলন, খাদ্যাভ্যাস, উৎসব-অনুষ্ঠান, ভাষা-সাহিত্য-সংবাদপত্র-লিপি, খাজা আৰু কেন্দ্রীয়শাসিত অঞ্চল, শাসন আৰু ন্যায় ব্যবস্থা, নির্বাচন প্রক্রিয়া, প্রতিবক্ষা আৰু আভ্যন্তৰীণ নিৰাপত্তা ব্যবস্থা, চলচ্চিত্র, কৃষি-অর্থনীতি, পৰিবহণ- যোগাযোগ, বিজ্ঞান আৰু প্রযুক্তি, চিকিৎসাসেবা, সংগীত-নৃত্য-বাদা, চিত্রকলা-স্থাপত্য-ভাস্কর্য, প্রসিদ্ধ ব্যক্তি, খেলা-ধূলা আৰু ক্রীড়া সমাৰোহ, বঁটা-সম্মান, সাম্প্রতিক ঘটনাবলী সহ প্রায় ৩০০০ বিভিন্ন প্রসংগ। তদুপৰি আছে, অসমৰ প্ৰায় সকলো দিশ সামৰি এটা সুদীর্ঘ অধ্যায়। প্রায় ২০০ খন তালিকা, মেপ আৰু পৰিসংখ্যা, তথ্য, বেকর্ড আদিৰ লগতে বিভিন্ন দিশৰ বহু আমোদজনক খবৰ। প্ৰতিটো অধ্যায়ৰ লগত বহুবিকল্পী প্রশ্নোত্তৰ। কোৱা বাহুল্য, বিবিধ বৈচিত্র্যৰে সমৃদ্ধ তথা প্রণালীবদ্ধভাবে সজ্জিত ভাবত ইয়েন বুক অসমীয়া ভাষাত এয়ে প্রথম, অসমৰ প্ৰকাশন ইতিহাসতো ভাবত ইয়েন বুক এটা ঐতিহাসিক তথা অভিনব সংযোজন। আপোনজনৰ হাতত, বিশেষকৈ, আজিৰ তৰুণৰ হাতত তুলি দিব পৰা উৎকৃষ্ট উপহাৰ.